হাইপাৰলিংক নীতি
ৱেবছাইটৰ বিভিন্ন স্থানত আপুনি আন ৱেবছাইট/পৰ্টেলৰ লিংক পাব পাৰে, এইবোৰ আপোনাৰ সুবিধাৰ্থে ৰখা হৈছে।সেই লিংকত উপলব্ধ ৱেবছাইটৰ সমলৰ বাবে পত্ৰ সূচনা কাৰ্যালয় দায়ৱদ্ধ নহয়, বা তেনে ৱেবছাইটে প্ৰকাশ কৰা মতৰ লগত পত্ৰ সূচনা কাৰ্যালয়ৰ কোনো সম্পৰ্ক নাই।উপলব্ধ তেনে লিংক কোনো ধৰণৰ বিজ্ঞাপনৰ নিমিত্তে দিয়া হোৱা নাই। সেই সমূহ কেতিয়া উপলব্ধ থাকিব তাৰ নিয়ন্ত্ৰণ আমাৰ হাতত নাই।