• Sitemap
  • Advance Search

সহায়

  বিভিন্ন ফাইল ফৰমেট সম্পৰ্কে বিভিন্ন তথ্য

এই ৱেবছাইটত উপলব্ধ সমল বিভিন্ন ফাইল ফৰমেট (যেনে পি ডি এফ, ৱৰ্ড, এক্সেল, পাৱাৰ পইন্ট আদি)ত আছে।তথ্য শুদ্ধ ৰূপত দেখা পাবলৈ হলে আপোনাৰ ব্ৰাউজাৰত এই ফৰমেটসমূহ খুলিবপৰা ছফটৱেৰ থাকিব লাগিব। উদাহৰণস্বৰূপে, ফ্লেস ফাইল খুলিবৰ বাবে আপোনাৰ কম্পিউটাৰত এডৱ ফ্লেস ছফটৱেৰ থাকিব লাগিব। যদি নাথাকে, ইন্টাৰনেটৰপৰা আপুনি তাক বিনামূল্যে ডাউনলোড কৰি লব পাৰিব।তালিকাত ৱেবছাইটত উপলব্ধ বিভিন্ন ফৰমেটৰ ফাইল খুলিবৰ বাবে প্ৰয়োজনীয় প্লাগ-ইনসমূহ উল্লেখ কৰা হৈছে।

অন্য ধৰণৰ তথ্যসমৃদ্ধ ফাইল খুলিবৰ বাবে প্ৰয়োজনীয় প্লাগ-ইন সমূহ

তথ্যৰ ধৰণ ডাউনলোড কৰিবলগীয়া প্লাগ-ইন
পি ডি এফ এডৱ এক্ৰবেট ৰিডাৰ পি ডি এফ ফাইলক অনলাইন এইচ টি এম এল টেক্সট ফৰমেটলৈ নিয়ক
ৱৰ্ড ফাইল ৱৰ্ড ভিউৱাৰ (২০০৩ ৰ পৰা যিকোনো সংস্কৰণ) মাইক্ৰছফট অফিচ কম্পেটিবিলিটী পেক ফৰ ৱৰ্ড (২০০৭ সংস্কৰণৰ বাবে)
এক্সেল ফাইল এক্সেল ভিউৱাৰ ২০০৩(২০০৩ ৰ পৰা যিকোনো সংস্কৰণ) মাইক্ৰছফট অফিচ কম্পেটিবিলিটী পেক ফৰ এক্সেল (২০০৭ সংস্কৰণৰ বাবে)
পাৱাৰ পইন্ট প্ৰেজেন্টেশ্যন                পাৱাৰ পইন্ট ভিউৱাৰ ২০০৩(২০০৩ ৰ পৰা যিকোনো সংস্কৰণ) মাইক্ৰছফট অফিচ কম্পেটিবিলিটী পেক ফৰ পাৱাৰ পইন্ট (২০০৭ সংস্কৰণৰ বাবে)
ফ্লেস কন্টেন্ট এডৱ ফ্লেস প্লেয়াৰ