প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৮ বছৰৰ গৰীৱ সেৱাৰ সবিশেষ বৰ্ণনা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী
পোষ্ট কৰা হৈছে:
14 JUN 2022 2:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দৰিদ্ৰ আৰু দুখীয়া লোকসকলৰ সেৱাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে সমৰ্পিত। শ্ৰী মোদীয়ে লগতে কয় যে দৰিদ্ৰ লোকসকলক কাৰ্যকৰী আৰু স্বচ্ছ সেৱা প্ৰদান নিশ্চিত কৰাৰ বাবে চৰকাৰে সদায় কাম কৰি আহিছে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ৱেবছাইট আৰু নমো এপৰ পৰা মাইগভ টুইট থ্ৰেড আৰু প্ৰবন্ধও ভাগ বতৰা কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"আমাৰ চৰকাৰে দৰিদ্ৰ লোকসকলক কাৰ্যকৰী আৰু স্বচ্ছ সেৱা প্ৰদান নিশ্চিত কৰাৰ বাবে সদায় কাম কৰি আহিছে। #গৰীৱসেৱাৰ৮ বছৰ।"
"আমাৰ চৰকাৰ দৰিদ্ৰ আৰু দুখীয়া লোকসকলৰ সেৱাৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত। এই প্ৰবন্ধবোৰে #গৰীৱসেৱাৰ৮ বছৰ" ৰ দিশত কৰা গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। "
***
DS/ST/RD
(ৰিলিজ আই ডি : 1835000)
অতিথি কক্ষ : 178
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
Telugu
,
Tamil
,
Kannada
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati