প্ৰতিৰক্ষা মন্ত্ৰালয়
প’ৰ্টব্লেয়াৰত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে ভাৰতীয় নৌসেনা বিভাগ
प्रविष्टि तिथि:
12 APR 2020 11:20AM by PIB Guwahati
ক’ভিড-১৯ৰ ফলত প’ৰ্টব্লেয়াৰত সমস্যাৰ সন্মুখীন হোৱা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ভাৰতীয় নৌসৈন্য বিভাগ৷
বায়ু ষ্টেচনৰ আন্তঃগাঁথনিমূলক বিভাগত কাম কৰা ১৫৫ গৰাকী শ্ৰমিকৰ বাবে এনএএছ উত্ৰকোষে আয়োজন কৰিছে খাদ্য শিবিৰৰ৷ শ্ৰমিকসকল বৰ্তমানে সেই বায়ু ষ্টেচনটোতে আছে৷
এমঅ’ (পিবিআৰ)ৰ এটা দলে বাৰণসী কল্যাণ আশ্ৰম পৰিদৰ্শন কৰি শিশু আৰু কৰ্মচাৰীসকলৰ মাজত ৰন্ধন খাদ্য বিতৰণ কৰে৷ আশ্ৰমখনত প্ৰায় ৩৮টা শিশু আছে৷ দলটোৱে শিশু আৰু কৰ্মচাৰীসকলক ক’ভিড-১৯ৰ বাবে ল’বলগীয়া সাৱধানতাসমূহ অৱগত কৰে৷
VM/ MS/MANN
(रिलीज़ आईडी: 1613546)
आगंतुक पटल : 208
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada