প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী গুৰু ৰামদাস জীৰ ‘প্ৰকাশ পূৰব’ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
02 NOV 2020 2:06PM by PIB Guwahati
শ্ৰী গুৰু ৰামদাস জীৰ ‘প্ৰকাশ পূৰব’ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী গুৰু ৰামদাস জীয়ে পৰোপকাৰ কৰা, সকলো প্ৰকাৰৰ অসমতা আৰু বৈষম্য দূৰ কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে। এখন দয়াশীল আৰু সমাৱেশী সমাজ গঢ়ি তোলাৰ বাবে তেওঁ অব্যাহত ৰখা অন্বেষণে আমাৰ সকলোকে অনুপ্ৰাণিত কৰিছে। শ্ৰী গুৰু ৰামদাস জীৰ ‘প্ৰকাশ পূৰব’ উপলক্ষে সকলোলৈকে শুভেচ্ছা জনালো।
***
VRRK/SH/KB
(रिलीज़ आईडी: 1669606)
आगंतुक पटल : 244
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam