প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাষ্ট্ৰৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত নিহতৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ এককালীন সাহাৰ্য্যত প্ৰধানমন্ত্ৰীৰ অনুমোদন

পোষ্ট কৰা হৈছে: 11 JAN 2021 2:40PM by PIB Guwahati

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাৰ চিকিৎসালয়ত সংঘটিত শোকাৱহ অগ্নিকাণ্ডত নিহত হোৱাসকলৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহাৰ্য্য পুঁজিৰপৰা ২ লাখ টকাকৈ এককালীন সাহাৰ্য্যত অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেখতে তদুপৰি গুৰুতৰভাৱে আহতসকলৰ প্ৰতি ৫০,০০০ টকাকৈ অনুমোদন জনাইছে।

***

DS/SH/SB


(ৰিলিজ আই ডি : 1687649) অতিথি কক্ষ : 300