প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাট আৰু মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 01 MAY 2021 9:50AM by PIB Guwahati

গুজৰাট আৰু মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্প মোদীয়ে শুভেচ্ছা জনাইছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “আজি গুজৰাট আৰু মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠা দিৱস৷ দুয়োখন ৰাজ্যৰ জনসাধাৰণে ৰাষ্ট্ৰৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷ ৰাজ্য দুখনে ক’ভিড-১৯ৰ বিৰুদ্ধে সফলতাৰে যুঁজ দিয়ক আৰু ইয়াৰ জনসাধাৰণ সুস্থ হৈ থাকক, তাকে কামনা কৰিলো৷

***

DS/DB


(रिलीज़ आईडी: 1715280) आगंतुक पटल : 280
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam