প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাখী বন্ধন উপলক্ষে জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 22 AUG 2021 8:18AM by PIB Guwahati

ৰাখী বন্ধনৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"ৰাখী বন্ধনৰ পৱিত্ৰ উপলক্ষত প্ৰতিজন দেশবাসীক জনালো অলেখ শুভকামনা।"

 

****

DS/SH/SB


(Release ID: 1748149) Visitor Counter : 192