প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে যুৱ সংগমৰ উদ্দীপনাৰ প্ৰশংসা কৰে
Posted On:
28 FEB 2023 4:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে গুজৰাটৰ আনন্দনগৰত থকা আমূল ক'অপাৰেটিভৰ দুগ্ধ প্ৰকল্প ভ্ৰমণ কৰাৰ উদ্দীপনাৰ প্ৰশংসা কৰিছে।
অসমৰ তেজপুৰৰ সংসদ সদস্য পল্লব লোচন দাসৰ এটা টুইট থ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"এনেধৰণৰ সুযোগে আমাৰ যুৱক-যুৱতীসকলক বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি অন্বেষণ কৰা আৰু ভাৰতৰ বিভিন্ন দিশৰ উপলব্ধি কৰাত সক্ষম কৰি তোলে।"
**********
DS/TS
(Release ID: 1903131)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam