প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গোল্ডমেন চেক্সৰ ব’ৰ্ড আৰু শীৰ্ষ নেতৃবৰ্গক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 JUN 2023 9:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোল্ডমেন চেক্সৰ ব’ৰ্ড আৰু শীৰ্ষ নেতৃবৰ্গক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় :

"ব'ৰ্ডৰ সদস্য আৰু @GoldmanSachs ৰ মূল নেতৃবৰ্গৰ সৈতে এক ফলপ্ৰসূ বৈঠকত মিলিত হ’লো। শেহতীয়া সংস্কাৰ আৰু অনুকূল বাণিজ্যিক পৰিৱেশৰ দ্বাৰা ইন্ধন যোগোৱা ভাৰতৰ বিকাশৰ বিশাল সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিলোঁ। লগতে ভাৰতে কেনেকৈ বিশ্বব্যাপী প্ৰতিষ্ঠানসমূহৰ বাবে কেইবাটাও সুযোগ প্ৰদান কৰিব পাৰে  সেই বিষয়েও আলোচনা কৰিলো।"

******


(रिलीज़ आईडी: 1940486) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam