প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
Posted On:
21 NOV 2024 9:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনৰ ঐতিহাসিক প্ৰমেনেড গাৰ্ডেনত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ বাপুৰ শান্তি আৰু অহিংসাৰ চিৰন্তন মূল্যবোধৰ কথা সোঁৱৰণ কৰে, যি মানৱতাক আগুৱাই নিয়াৰ পথ প্ৰদৰ্শন কৰি আহিছে। এই প্ৰতিমূৰ্তিটো ১৯৬৯ চনত গান্ধীজীৰ ১০০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে স্থাপন কৰা হৈছিল।
প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমীপতে থকা আৰ্য সমাজ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰে। ২০১১ চনত গুৱাহাটীত আৰ্য সমাজ আন্দোলনৰ ১০০ বছৰ পূৰ্তি উপলক্ষে এই স্মাৰক উন্মোচন কৰা হৈছিল।
MJPS/SR
(Release ID: 2178293)
Visitor Counter : 8
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam