প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
পোষ্ট কৰা হৈছে:
02 OCT 2026 9:09AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতি লাল বাহাদুৰ শাস্ত্ৰীজীৰ সৰলতা দেশৰ প্ৰতি নিষ্ঠা এতিয়াও গভীৰভাৱে অনুপ্ৰেৰণাদয়ক। তেওঁ উল্লেখ কৰে যে শাস্ত্ৰীজীৰ নম্ৰ ব্যক্তিত্বই প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰে, আনহাতে তেওঁৰ সংকল্প শিলৰ দৰে দৃঢ় আছিল।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘লাল বাহাদুৰ শাস্ত্ৰীজীলৈ শ্ৰদ্ধাঞ্জলি, যাৰ সৰলতা আৰু দেশৰ প্ৰতি নিষ্ঠা গভীৰভাৱে অনুপ্ৰেৰণাদায়ক ।’
*****
MJPS/SS/ST/MK
(ৰিলিজ আই ডি : 2318274)
অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam