চৰ্তাৱলী
পত্ৰ সূচনা কাৰ্যালয়ৰদ্বাৰা এই ৱেবছাইটটোৰ আৰ্হি প্ৰস্তুত, আপডে’ট তথা পৰিচালনা কৰা হৈছে।যদিও ইয়াত উপলব্ধ সমল সম্পূৰ্ণ ৰূপত শুদ্ধ আৰু ক্ৰূটীশূন্য কৰি প্ৰকাশ কৰিব বিচৰা হৈছে, তাক কোনো ধৰণৰ আইনী প্ৰক্ৰিয়াত ব্যৱহাৰযোগ্য বুলি বিবেচনা কৰিব নোৱাৰি। ব্যৱহাৰকাৰীসকলে এইক্ষেত্ৰত পত্ৰ সূচনা কাৰ্যালয় বা আন উৎসৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰি বিশেষজ্ঞৰপৰা তথ্যৰ শুদ্ধতা পৰীক্ষা কৰা বাঞ্চনীয়। ৱেবছাইটটোৰ তথ্য ভুলকৈ ব্যৱহাৰ কৰাৰ ফলত হ’বপৰা কোনোধৰণৰ আৰ্থিক লেন-দেন, কোনো তথ্য নষ্ট হোৱা ঘটনা, কোনো ক্ষয়-ক্ষতিৰ বাবে পত্ৰ সূচনা কাৰ্যালয় জগৰীয়া নহয়। ভাৰতীয় আইনৰ ওপৰত ভিত্তি কৰি এই চৰ্ত্তসমূহ নিৰ্ধাৰণ কৰা হৈছে। এই ক্ষেত্ৰত কোনো ধৰণৰ খাম-খেয়ালিৰ সৃষ্টি হ’লে ভাৰতীয় ন্যায় ব্যৱস্থাৰ যোগেদিহে তাৰ নিৰাময়ৰ ব্যৱস্থা সম্ভৱ হ’ব।