কপিৰাইট নীতি
এই ৱেবছাইটে আপোনাৰ পোনপটীয়া পৰিচয় (যেনে, নাম, ফোন নম্বৰ বা ই-মেইল) উল্লেখ নকৰে। যেতিয়া আপোনাৰ ব্যক্তিগত তথ্য জানিবলৈ বিচৰা হ’ব তাৰ কাৰণ কেৱল আপোনাৰ আনুষ্ঠানিক স্বীকৃতিৰ বাবেহে, আৰু সেই তথ্য আমাৰ ওচৰত সম্পূৰ্ণ সুৰক্ষিত থাকিব। স্বীকৃত সাংবাদিকসকলৰ ব্যক্তিগত তথ্য (সাধাৰণ তথ্য যেনে নাম, বিষয়, কৰ্মৰত অনুষ্ঠানৰ নাম আদিৰ বাদে)আমি আনক বা কোনো তৃতীয় পক্ষ (ব্যক্তিগত/ৰাজহুৱা)ক জানিবলৈ নিদিও তথা কাকো বিক্ৰী কৰা নহয়।ৱেবছাইটটো ব্যৱহাৰ কৰাৰ সময়ত আমি ব্যৱহাৰকাৰীসকলৰ বিতং তথ্য যেনে ইন্টাৰনেট প্ৰট’কল, ডমেইনৰ নাম, ব্ৰাউজাৰৰ তথ্য, অপাৰেটিং চিষ্টেম, পে’জ এটা খোলাৰ তাৰিখ আৰু সময় আদি জানি লওঁ, কিন্তু আমি তাক আপোনাৰ ব্যক্তিগত চিনাকিৰ লগত কেতিয়াও সংযোগ নকৰো।ব্যতিক্ৰম হ’ব পাৰে যদিহে কোনো ব্যক্তিয়ে ৱেবছাইটটো ব্যৱহাৰ কৰাৰ সময়ত তাক বিকৃত কৰিবলৈ চেষ্টা কৰে।