• Sitemap
  • Advance Search

গোপনীয়তা নীতি

এই ৱেবছাইটত উপলব্ধ সমল বিনা অনুমতিত আৰু বিনা মাচুলত পুনঃপ্ৰকাশ কৰিব পাৰিব। তৃতীয় পক্ষৰ কোনো সমলৰ বাবে এই অনুমতি প্ৰযোজ্য নহয়।তেনে সমল পুনঃপ্ৰকাশৰ বাবে কপিৰাইট থকা নিৰ্দিষ্ট ব্যক্তি বা বিভাগৰ লগত যোগাযোগ কৰিব লাগিব।সমল পুনঃপ্ৰকাশৰ সময়ত কোনো সাল-সলনি নকৰাকৈ প্ৰকাশ কৰিব লাগিব, কোনোধৰণৰ বিকৃত ৰূপত ইয়াক প্ৰকাশ কৰিব নোৱাৰিব।সমলসমূহ যতেই  পুনঃপ্ৰকাশ নকৰক কিয় তাৰ মূল উৎসৰ উল্লেখ ভালকৈ থাকিব লাগিব।